নগাঁৱৰ হয়বৰগাঁৱত পত্নীক জ্বলাই দিলে স্বামীয়ে!

নগাঁৱৰ হয়বৰগাঁৱত পত্নীক জ্বলাই দিলে স্বামীয়ে!
  • নগাঁৱৰ হয়বৰগাঁৱত অগ্নিদগ্ধ এগৰাকী মহিলা।
  • সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ।
  • নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় মহিলাগৰাকীক।
  • স্বামী কীৰ্তন বণিকে জ্বলাই দিয়াৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ।
  • মহিলাগৰাকীৰ নাম ছুইটি বনিকI

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in