শেহতীয়া খবৰ
ক’ত আছে উইং কামাণ্ডাৰ অভিনন্দন ৱৰ্থমান...  •  পুনৰ পাক সেনাৰ যুদ্ধবিৰতি উলংঘন...  •  ২য় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫টা সমষ্টিত কোন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন  •  বিজেপিৰ দুই নেতাৰ দলত্যাগ, কংগ্ৰেছত যোগদান...  •  আৰ পি শৰ্মাক টিকট নিদিয়াৰ বাবে দলক ধন্যবাদ জনালে বিধায়ক পদ্ম হাজৰিকাই, VIDEO  •  ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ ১০টা বিশেষ নিৰ্বাচনী বাতৰিঃ যি খবৰ সঁচা হ’ল...  •  ৰঙিয়াৰ বালাগাঁৱত পথ দুৰ্ঘটনা, নিহত ১  •  টিকট নাপাই সমষ্টি বাসীলৈ মুকলি চিঠি মুৰুলী মনোহৰ যোশীৰ  •  বিজেপি এৰি কংগ্ৰেছত যোগদান অভিনেতা শত্ৰুঘ্ন সিনহাৰ!  •  সলনি হ’ব সুৰাৰ বটল, চিগাৰেটৰ পেকেটৰ দৰে...

কিনক এই বাহন, হওক নিযুতৰ এজন

1,786

ডিজিটেল ডেস্কঃ আপোনাৰে আছে নেকি এখন আই-২০। যদি আছে, তেন্তে আপুনিও সেই নিযুতৰ এজন সৌভাগ্যশালী গ্ৰাহক, যিয়ে হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা নিৰ্মিত বিলাসী বাহনখন ক্ৰয় কৰি এজন বিলাসী ব্যক্তি হিচাপে চিহ্নিত হৈছে। ২০০৮ চনত প্ৰথম বাৰৰ বাবে বজাৰত মুকলি কৰা হুণ্ডাই আই-২০ বাহনখনৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় ৬ লাখৰ পাৰ ৯ লাখ পৰ্যন্ত।

শেহতীয়াকৈ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশত এই বিলাসী বাহনখনৰ গ্ৰাহকৰ সংখ্যা হৈছে ১.৩ নিযুত। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা এই বাহনখনৰ প্ৰদৰ্শন আৰু লুকছ বৰ্তমান দেশৰ শীৰ্ষ বিলাসী বাহন সমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈ আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি