বৰপেটাত হিজবুল মুজাহিদীনৰ সৈতে জড়িত থকাৰ অপৰাধত ৩ যুৱকক আটক

বৰপেটাত হিজবুল মুজাহিদীনৰ সৈতে জড়িত থকাৰ অপৰাধত ৩ যুৱকক আটক
  • বৰপেটাত হিজবুল মুজাহিদীনৰ সৈতে জড়িত থকাৰ অপৰাধত ৩ জন যুৱকক আটক আৰক্ষীৰ।
  • শনিবাৰে হোজাই আৰক্ষীয়ে বৰপেটাত অভিযান চলাই আটক কৰে যুৱক কেইজনক।
  • বৰপেটা,বহৰী,তাৰাবাৰী থানাৰ অৰ্ন্তগত এলেকাত হোজাই আৰক্ষীয়ে চলাইছিল অভিযান।
  • আটক কৰা যুৱককেইজন হল নাছিৰুজ জামান,হেমন্ত ডেকা,আজাহাৰ আলী।
  • অভিযানকালত ভেল্লা খন্দকাৰপাৰাৰ পৰা পলাই যাবলৈ সক্ষম হয় এটা সন্দেহযুক্ত জেহাদী।
  • তিনি যুৱকক বৰ্তমান সোধাপোচা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in