কোভিড টেষ্ট কৰিবলৈ অহা ব্যক্তিৰ বাহনত বাগৰি পৰিল প্ৰকাণ্ড গছ…

কোভিড টেষ্ট কৰিবলৈ অহা ব্যক্তিৰ বাহনত বাগৰি পৰিল প্ৰকাণ্ড গছ…
  • কাজিৰঙাত ভয়ংকৰ ঘটনা।
  • কোভিড টেষ্ট কৰিবলৈ অহা ব্যক্তিৰ বাহত বাগৰি পৰিল প্ৰকাণ্ড গছ।
  • কঁহৰা অসামৰিক চিকিৎসালয়ত সন্মুখত ৰখাই থোৱা অৱস্থাত AS 01 Z 7202 নম্বৰৰ বাহন খনত বাগৰি পৰে গছ জোপা।
  • জানিব পৰা মতে কোনো লোকে আহত হোৱা নাই উক্ত ঘটনাটোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in