বেৰুটত এমাহৰ পাছতে পুনৰ ভয়ংকৰ অগ্নিকাণ্ড…

বেৰুটত এমাহৰ পাছতে পুনৰ ভয়ংকৰ অগ্নিকাণ্ড…

ডিজিটেল ডেস্কঃ বেৰুটৰ বন্দৰত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, যোৱা মাহতো বিস্ফোৰণৰ সংঘটিত হৈছিল এনে এক অগ্নিকাণ্ডৰ ঘটনা। সেই বিস্ফোৰণত মৃত্যু হৈছিল প্ৰায় ১৯০জন লোকে হেৰুৱাইছিল প্ৰাণ।

উল্লেখ্য যে, বৃহস্পতিবাৰে বেৰুটৰ বন্দৰৰ এটা ৱেৰ হাউছত সংঘটিত হৈছে এই অগ্নিকাণ্ড। উল্লেখ্য যে, যোৱা মাহত সংঘটিত বিস্ফোৰণৰ ফলত কাষৰ বহু কেইটা অট্টালিকাৰ খিৰিকী ভাঙি যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in