শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

বেৰুটত এমাহৰ পাছতে পুনৰ ভয়ংকৰ অগ্নিকাণ্ড…

155

ডিজিটেল ডেস্কঃ বেৰুটৰ বন্দৰত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, যোৱা মাহতো বিস্ফোৰণৰ সংঘটিত হৈছিল এনে এক অগ্নিকাণ্ডৰ ঘটনা। সেই বিস্ফোৰণত মৃত্যু হৈছিল প্ৰায় ১৯০জন লোকে হেৰুৱাইছিল প্ৰাণ।

উল্লেখ্য যে, বৃহস্পতিবাৰে বেৰুটৰ বন্দৰৰ এটা ৱেৰ হাউছত সংঘটিত হৈছে এই অগ্নিকাণ্ড। উল্লেখ্য যে, যোৱা মাহত সংঘটিত বিস্ফোৰণৰ ফলত কাষৰ বহু কেইটা অট্টালিকাৰ খিৰিকী ভাঙি যায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি