জম্মু-কাশ্মীৰত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

জম্মু-কাশ্মীৰত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ
  • জম্মু-কাশ্মীৰত অবৈধ অস্ত্ৰ-শস্ত্ৰৰ বিৰুদ্ধে অভিযান।
  • অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ।
  • ছপৰত চলোৱা অভিযানত জব্দ কৰা হয় অস্ত্ৰ-শস্ত্ৰসমূহ।
  • চিআৰপিএফৰ ৯২ বেটেলিয়ন, ৩২ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে চলাইছিল এই অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in