কেতিয়া ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল…

কেতিয়া ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল…
  • নিশাৰ পৰিৰ্ৱতে দিনতে ঘোষণা কৰাা হ'ব মেট্ৰিকৰ ফলাফল।
  • পৰীক্ষামূলকভাৱে লৈছিল মাজনিশা ফলাফল ঘোষণাৰ সিদ্ধান্ত।
  • অসুবিধাৰ উমান পোৱাৰ পাছতে সলনি কৰিলে এই সিদ্ধান্ত।
  • ১৫ ৰ পৰা ২০ মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল।
  • ৭ এপ্ৰিলত সম্ভৱ হ'ব পৰীক্ষা বহী মূল্যায়নৰ কাম।
  • দিনৰ ১ বজাৰ ভিতৰতে শিক্ষাৰ্থীয়ে লাভ কৰিব মাৰ্কশ্বীট।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in