কোভিডৰ ভয়াবহতাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা স্থগিত…

কোভিডৰ ভয়াবহতাৰ বাবে  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা স্থগিত…
  • ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা স্থগিত ।
  • কোভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত ছেবাৰ ।
  • পৰিস্থিতি উন্নত হ'লে পুনৰ হ'ব পৰীক্ষা ।
  • সংবাদ মাধ্যমক এই কথা জনালে ছেবা কতৃপক্ষই ।
  • ১১ মে'ত অনুষ্ঠিত হোৱাৰ কথা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in