১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা…

১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা…
  • শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন।
  • ২০২২ৰ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।
  • উচ্চতৰ মাধ্যমিকৰো চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব ১৫ মাৰ্চৰ পৰাই।
  • এপ্রিলৰ প্রথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য শিক্ষা বিভাগৰ।
  • ইয়াৰ পূৰ্বে আৰম্ভ হ'ব ক'ভিডৰ ভেকচিনেচন প্রক্রিয়া।
  • ৩ জানুৱাৰীৰ পৰা প্রতি জিলাত আৰম্ভ হ'ব ভেকচিনেচন প্রক্রিয়া।
  • প্রতি জিলাত প্রতিদিনে ১৫খনকৈ বিদ্যালয় ভেকচিনেচন প্ৰক্ৰিয়াত সামৰি লোৱাৰ লক্ষ্য।
  • এই সময়ছোৱাত অভিভাৱকেও ল'ব লাগিব দ্বিতীয় পালি ভেকচিন।
  • বৈঠকৰ অন্তত এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in