HSৰ ৰিজাল্টক লৈ সুখী নহয় নেকি! উত্তৰ বহী পুনৰীক্ষণৰ বাবে কি কৰিব…

HSৰ ৰিজাল্টক লৈ সুখী নহয় নেকি!  উত্তৰ বহী পুনৰীক্ষণৰ বাবে কি কৰিব…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বহুজনে লাভ কৰিলে আশানুৰূপ ফলাফল। কিন্তু তাৰমাজতে যিসকল শিক্ষাৰ্থী ৰিজাল্টক লৈ কিছু দোমাজা আছে তেওলোঁকৰ বাবে আৰম্ভ কৰা হৈছে উত্তৰ বহী পুনৰীক্ষণৰ আবেদন প্ৰক্ৰিয়া। ইয়াৰ বাবে ৱেবচাইটযোগে প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন।

প্ৰাপ্ত খবৰ অনুসৰি, ৭ জুলাইৰ বিয়লি ৫ বজা পৰ্যন্ত আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে। আবেদন কৰিব পৰা ৱেবচাইচ দুটা হৈছে- www.ahsec.nic.in, www.punarikshan.in । যাৱতীয় অভিযোগৰ বাবে যোগাযোগ কৰিব পাৰিব হেল্পলাইনৰ ই-মেইল ahseccoe@gmail.comত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in