শেহতীয়া খবৰ
বটদ্ৰৱাৰ ন-সত্ৰত কুৰুক্ষেত্ৰ যুদ্ধ ভাওনা...VIDEO  •  বটদ্ৰৱাৰ ন-সত্ৰত কুৰুক্ষেত্ৰ যুদ্ধ ভাওনা...VIDEO  •  দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড! নিহতৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি  •  পুৱাই জুবিনৰ পোষ্টঃ Nooooo CAB .we wl destroy it.  •  নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা...  •  লাহোৰত ভয়ংকৰ বোমা বিস্ফোৰণ, নিহত ১  •  'ৰুদ্ৰশিখা'ৰ যোগেদি দ্বিতীয় অসম আন্দোলনৰ ঘোষণা আছুৰ নেতৃত্বত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ...VIDEO  •  হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাছ, গুৰুতৰভাৱে আহত ১৪ যাত্ৰী...  •  কৰ্ণাটকত ভূমিস্খলন, নিহত ৩ শ্ৰমিক...  •  চামগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ... VIDEO

যুৱ শ্বুটাৰ হৃদয়ৰ আন এক সাফল্য…

101

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃঅসমৰ যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই জাৰ্মানীত অনুষ্ঠিত জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ মঙলবাৰে অনুষ্ঠিত হোৱা দলীয় শাখাত ৰূপৰ পদক আৰু বুধবাৰে অনুষ্ঠিত হোৱা মিক্সড শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়  । হৃদয়ে ব্যক্তিগত শাখাত মাত্ৰ ০.৪ পইন্ট ৰ ব্যৱধান বাবে পদক লাভ কৰাত ব্যৰ্থ হয় । হৃদয় নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক শৰৎ হাজৰিকাৰ একমাত্ৰ সন্তান ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি