যুৱ শ্বুটাৰ হৃদয়ৰ আন এক সাফল্য…

যুৱ শ্বুটাৰ হৃদয়ৰ আন এক সাফল্য…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃঅসমৰ যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই জাৰ্মানীত অনুষ্ঠিত জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ মঙলবাৰে অনুষ্ঠিত হোৱা দলীয় শাখাত ৰূপৰ পদক আৰু বুধবাৰে অনুষ্ঠিত হোৱা মিক্সড শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়  । হৃদয়ে ব্যক্তিগত শাখাত মাত্ৰ ০.৪ পইন্ট ৰ ব্যৱধান বাবে পদক লাভ কৰাত ব্যৰ্থ হয় । হৃদয় নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক শৰৎ হাজৰিকাৰ একমাত্ৰ সন্তান ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in