শেহতীয়া খবৰ
ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী...  •  বিদায় কংগ্ৰেছ... ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!  •  আগমনীত আৰক্ষীৰ জালত ২ বলাৎকাৰী  •  একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা...  •  মোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মোৰ বাবে ফেক্টৰ নহয়ঃ দিগ্বিজয় সিং  •  নগাঁৱৰ কঠীয়াতলীত ৰাবিজ ভৰ্তি ডাম্পাৰ আৰু বালি ভৰ্তি ট্ৰাক জব্দ, চাওক VIDEO  •  মঞ্চত ভাষণৰ মাজতে চৰিওৱা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল হাৰ্দিকৰ  •  অসন্তুষ্ট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা, অৱশেষত ল’লে পদত্যাগৰ সিদ্ধান্ত  •  গুৱাহাটী-ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি  •  গুৱাহাটী-ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি

স্বগৃহ নাৰায়ণপুৰত হৃদয়ক উষ্ম আদৰণি

133
  • নাৰায়ণপুৰৰ স্বগৃহত উপস্থিত স্বৰ্ণপুত্ৰ হৃদয় হাজৰিকা।
  • হৃদয়ক উষ্ম আদৰণি জনালে বিভিন্ন দল-সংগঠনে।
  • হৃদয়ক সম্বৰ্ধনা জনালে নাৰায়ণপূৰ ক্ৰীড়া সন্থা, লখিমপুৰ জিলা ছাত্ৰাসন্থাকে আদি কৰি বহুলোকে।
  • নাৰায়ণপুৰৰ বাণীসংঘত হৃদয়ক জনোৱা হ’ব সম্বৰ্ধনা।
  • নাৰায়ণপুৰত উপস্থিত হোৱাৰ পূৰ্বে হৃদয়ক পথৰ পৰা আদৰি নিয়ে অজস্ৰ লোকে।
  • আই এছ এছ এফ ৱৰ্ল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিছিল হৃদয় হাজৰিকাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি