স্বগৃহ নাৰায়ণপুৰত হৃদয়ক উষ্ম আদৰণি

ফাইল ফটো
ফাইল ফটো
  • নাৰায়ণপুৰৰ স্বগৃহত উপস্থিত স্বৰ্ণপুত্ৰ হৃদয় হাজৰিকা।
  • হৃদয়ক উষ্ম আদৰণি জনালে বিভিন্ন দল-সংগঠনে।
  • হৃদয়ক সম্বৰ্ধনা জনালে নাৰায়ণপূৰ ক্ৰীড়া সন্থা, লখিমপুৰ জিলা ছাত্ৰাসন্থাকে আদি কৰি বহুলোকে।
  • নাৰায়ণপুৰৰ বাণীসংঘত হৃদয়ক জনোৱা হ'ব সম্বৰ্ধনা।
  • নাৰায়ণপুৰত উপস্থিত হোৱাৰ পূৰ্বে হৃদয়ক পথৰ পৰা আদৰি নিয়ে অজস্ৰ লোকে।
  • আই এছ এছ এফ ৱৰ্ল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিছিল হৃদয় হাজৰিকাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in