স্বগৃহত উপস্থিত হৃদয়ক বহু দল-সংগঠনৰ অভিনন্দন জ্ঞাপন

স্বগৃহত উপস্থিত হৃদয়ক বহু দল-সংগঠনৰ অভিনন্দন জ্ঞাপন
  • স্বগৃহ অভিমুখে যুৱ শ্বুটাৰ হৃদয় হাজৰিকা।
  • হাৱাজানত হৃদয়ক উষ্ম আদৰণি জনালে বিভিন্ন দল-সংগঠনে।
  • বিভিন্ন সৰু-বৰ গাড়ী,বাইকেৰে সহস্ৰাধিক শুভাকাংশীৰ সমদলেৰে নাৰায়ণপুৰ অভিমুখে যাত্ৰা।
  •  শুভাকংশীৰ হৰ্ষ উল্লাসত উত্তাল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।
  • নাৰায়ণপুৰৰ বাণী সংঘত বহু লোকৰ অভিনন্দন হৃদয়ক।
  • লখিমপুৰ জিলা ছাত্র সন্থা, উত্তৰ লখিমপুৰ মহকুমা ছাত্র সন্থাই জনালে অভিনন্দন।
  • অভিনন্দন জনালে লখিমপুৰ জিলা ক্ৰিড়া সন্থা, নাৰায়ণপুৰ ক্ৰিড়া সন্থা, নাৰায়ণপুৰ ৰাজহ চক্ৰই
  • নাৰায়ণপুৰ নগৰ সমিতি, কোছ ৰাজবংশী ছাত্ৰ সন্থা,দেউৰী ছাত্র সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনৰ অভিনন্দন জ্ঞাপন।
  • অসম গণ পৰিষদ, নাৰায়ণপুৰ প্ৰেছ ক্লাব,গোৰ্খা ছাত্র সন্থা, মেছ কছাৰী যুৱ পৰিষদকে ধৰি বহু দল-সংগঠনে হৃদয় শুভেচ্ছা জ্ঞাপন কৰে।
  • সহস্ৰাধিক লোক উপস্থিত থাকে অনুষ্ঠানটোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in