হিউষ্টনত অনুষ্ঠিত হাউডি মোডী কাৰ্যসূচীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া…

ফাইল ফটো
ফাইল ফটো
  • হিউষ্টনত অনুষ্ঠিত হাউডি মোডী কাৰ্যসূচীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য।
  • কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।
  • এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বক এক বাৰ্তা দিয়া হৈছে।
  • দেশক সুৰক্ষিত আৰু একত্ৰিত কৰি ৰখাৰ বাবে নব্য ভাৰতে কোনো কাৰ্যতে অৱহেলা নকৰে।
  • আজি সমগ্ৰ বিশ্ব ভাৰতৰ সৈতে থিয় হৈছে।
  • সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা পন্থাক বিশ্বই সমৰ্থন দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in