শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

“বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?” ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ…

575

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ প্ৰতিদ্বন্দী তথা ডেমোক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জো বিডেনে এক নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্পক লৈ সমালোচনাৰে মুখৰ হৈ পৰিছে। তেওঁ কয় যে, ট্ৰাম্পৰ এইটো ধাৰণাৰ নাই বন্ধুৰ লগত কেনে ব্যৱহাৰ কৰা উচিত। শেষৰখন নিৰ্বাচনী বিতৰ্কত ট্ৰাম্পে ভাৰতৰ বিষয়ে কৰা কটু মন্তব্যত এই প্ৰতুত্যৰ দিছে বিডেনে।

তেওঁ কয় যে, ট্ৰাম্পৰ সাধাৰণ বিষয়বোৰৰো প্ৰাথমিক জ্ঞান নাই। তেওঁ লগতে কয় যে কাক কেনে ব্যৱহাৰ কৰা উচিত ট্ৰাম্পে এই বিষয়ে একেবাৰে নাজানে। তেওঁ প্ৰসংগক্ৰমে নিৰ্বাচনীত জয়ী হলে আমেৰিকাৰ বিদেশ নীতিৰ সন্মান পুণৰ ঘূৰাই আনিব বুলিও মন্তব্য কৰে

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি