শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

লকডাউন ভংগকাৰীক ৰাজপথতে আৰক্ষীয়ে কিদৰে দিলে শাস্তি,চাওক VIDEO…

340
  • হাৰিয়ানাত লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী ।
  • লকডাউন উলংঘা কৰা সকলক ৰাজপথতে দিলে কঠোৰ শাস্তি ।
  • আৰক্ষীয়ে লকডাউন ভংগ নকৰিবলৈ বাৰে বাৰে সতৰ্ক কৰি দিছিল ।
  • ৰাজ্যখনত আম্বালা আৰক্ষীয়ে প্ৰদান কৰিছে এই শাস্তি ।
  • ৩ মে’ৰ পৰা হাৰিয়ানাত জাৰি কৰা হৈছে লকডাউন ।
  • ১০ মে’লৈ এসপ্তাহৰ বাবে লকডাউন ঘোষণা কৰিছিল হাৰিয়ানা চৰকাৰে ।
  • কোভিডৰ ভয়াবহ সংক্ৰমন ৰোধ কৰিবলৈ এই পদক্ষেপ গ্ৰহন কৰ্ছিল চৰকাৰে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি