ভাৰতত এতিয়ালৈকে কিমান লোকৰ কৰা হৈছে কোৰোনা পৰীক্ষা…

ভাৰতত এতিয়ালৈকে কিমান লোকৰ কৰা হৈছে কোৰোনা পৰীক্ষা…
  • যোৱা ২৪ ঘন্টাত ভাৰতত কৰা হৈছে ১,৮৯,৮৬৯ গৰাকী লোকৰ কোৰোনা পৰীক্ষা।
  • আইচিএমআৰে কৰিছে এইসকল লোকৰ কোৰোনা পৰীক্ষা।
  • ইফালে এতিয়ালৈকে সৰ্বমুঠ ৬৬,১৬,৪৯৬ গৰাকী লোকৰ কোৰোনা পৰীক্ষা কৰা হৈছে।
  • দেশত কোৰোনাত মুঠ আক্ৰান্ত হৈছে ৩,৯৬,১৮২ জন লোক।
  • এতিয়ালৈকে দেশত কোৰোনাৰ ফলত মুঠ মৃত্যু হৈছে ১২,৯৭০ গৰাকী লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in