শেহতীয়া খবৰ

জানেনে, ভাৰতত এতিয়ালৈকে কিমান লোকৰ কৰা হৈছে কোৰোনা পৰীক্ষা…

176
  • মঙলবাৰে ভাৰতত কৰা হয় ২,১৭,৯৩১ গৰাকী লোকৰ কোৰোনা পৰীক্ষা।
  • আইচিএমআৰে এই তথ্য সদৰি কৰিছে।
  • ইফালে এতিয়ালৈকে সৰ্বমুঠ ৮৬,২৬,৫৮৫ গৰাকী লোকৰ কোৰোনা পৰীক্ষা কৰা হৈছে।
  • আইচিএমআৰৰ অধীনত ৬ শতাধিক পৰীক্ষা কেন্দ্ৰত কোৰোনাৰ পৰীক্ষা কৰা হয়।
  • ভাৰতত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে ৫,৮৫,৭০৩ গৰাকী লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি