জানেনে, ভাৰতত এতিয়ালৈকে কিমান লোকৰ কৰা হৈছে কোৰোনা পৰীক্ষা…

জানেনে, ভাৰতত এতিয়ালৈকে কিমান লোকৰ কৰা হৈছে কোৰোনা পৰীক্ষা…
  • মঙলবাৰে ভাৰতত কৰা হয় ২,১৭,৯৩১ গৰাকী লোকৰ কোৰোনা পৰীক্ষা।
  • আইচিএমআৰে এই তথ্য সদৰি কৰিছে।
  • ইফালে এতিয়ালৈকে সৰ্বমুঠ ৮৬,২৬,৫৮৫ গৰাকী লোকৰ কোৰোনা পৰীক্ষা কৰা হৈছে।
  • আইচিএমআৰৰ অধীনত ৬ শতাধিক পৰীক্ষা কেন্দ্ৰত কোৰোনাৰ পৰীক্ষা কৰা হয়।
  • ভাৰতত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে ৫,৮৫,৭০৩ গৰাকী লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in