কেনে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,ক’লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই….

কেনে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,ক’লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই….

ডিজিটেল ডেস্ক : পুনৰ প্ৰাক্তন তৰুন গগৈৰ স্বাস্থ্যৰ বুজ ল'লে ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰাক্তন মুখ্য মন্ত্ৰী জনৰ খবৰলৈ সংবাদ মাধ্যমৰ আগত কয়- তৰুন গগৈয়ে বহি পেলাই ঘৰৰ সৈতে কথা পাতিছে । তেওঁৰ অস্কিজেল লেভেল ৯২,৯৩ আছে । প্ৰাক্তন মুখ্যমন্ত্ৰী জন বৰ্তমানলৈ কোৰোনো নিগেটিভ হোৱা নাই । তেওঁৰ ১০ৰ পৰা ১৫ দিন পৰ্যন্ত অস্কিজেনৰ প্ৰয়োজন হব । তেখতকলৈ চিন্তাৰ কাৰন নাই বুলি উল্লেক কৰে মন্ত্ৰী জনে ।

প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ আৰু আৰু সাংসদ দিলীপ শইকীয়া আজি আৰোগ্য হৈ ঘৰলৈ উভতাৰ লগতে সাংসদ তপন গগৈৰ স্বাস্থ্যৰ অৱস্থা কিছু পৰিমানে উন্নত হৈছে বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী জনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in