মণিপুৰৰ ঠেঙাল বজাৰত কেনেদৰে সংঘটিত হৈছিল আইইডি বিস্ফোৰণ, চাওঁক চিচি টিভি ফুটেজ

মণিপুৰৰ ঠেঙাল বজাৰত কেনেদৰে সংঘটিত হৈছিল আইইডি বিস্ফোৰণ, চাওঁক চিচি টিভি ফুটেজ
  • মণিপুৰৰ ইম্ফলৰ ঠেঙাল বজাৰত আইইডি বিস্ফোৰণৰ লোমহৰ্ষক দৃশ্য।
  • চিচি টিভি কেমেৰাত বন্দী হ'ল বিস্ফোৰণৰ এই দৃশ্য।
  • মঙলবাৰে পুৱা সংঘটিত হৈছিল এটা আইইডি বিস্ফোৰণ।
  • বিস্ফোৰণত ৪ আৰক্ষী কৰ্মী আৰু ১ জন সাধাৰণ নাগৰিক আহত।
  • বিস্ফোৰণৰ পিছতে ঠেঙাল বজাৰত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
  • ঘটনাৰ আঁৰত কোন জড়িত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
  • বিস্ফোৰণ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • চাওঁক বিস্ফোৰণৰ সেই শিহৰণকাৰী দৃশ্য-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in