শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

মণিপুৰৰ ঠেঙাল বজাৰত কেনেদৰে সংঘটিত হৈছিল আইইডি বিস্ফোৰণ, চাওঁক চিচি টিভি ফুটেজ

1,060
  • মণিপুৰৰ ইম্ফলৰ ঠেঙাল বজাৰত আইইডি বিস্ফোৰণৰ লোমহৰ্ষক দৃশ্য।
  • চিচি টিভি কেমেৰাত বন্দী হ’ল বিস্ফোৰণৰ এই দৃশ্য।
  • মঙলবাৰে পুৱা সংঘটিত হৈছিল এটা আইইডি বিস্ফোৰণ।
  • বিস্ফোৰণত ৪ আৰক্ষী কৰ্মী আৰু ১ জন সাধাৰণ নাগৰিক আহত।
  • বিস্ফোৰণৰ পিছতে ঠেঙাল বজাৰত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
  • ঘটনাৰ আঁৰত কোন জড়িত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
  • বিস্ফোৰণ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • চাওঁক বিস্ফোৰণৰ সেই শিহৰণকাৰী দৃশ্য-
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি