৫ দিনত ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ ‘হাউছফুল-৪’…

৫ দিনত ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ ‘হাউছফুল-৪’…

ডিজিটেল ডেস্কঃ ছাজিদ খানৰ পৰিচালনা আৰু খিলাড়ী অক্ষয় কুমাৰৰ লগতে ৰিতেশ দেশমুথ, ববী দেউল অভিনীত হাউছফুল-৪য়ে ৫ টা দিনত প্ৰৱেশ কৰিলে ১০০ কোটিৰ ক্লাৱত। যোৱী মঙলবাৰে ছবিখনে মুক্তিৰ দিনততকৈও পৰা অধিক ২৪ কোটি টকা উপাৰ্জন কৰিছ।

হাউছফুল-৪য়ে মুক্তিৰ দিনা ১৮.৫০ কোটি, দ্বিতীয় দিনা-১৮ কোটি, তৃতীয় দিনা-১৪.৫০ কোটি, চতুৰ্থ দিনা- ৩৪.২৫ কোটি টকা উপাৰ্জন কৰে। মঙলবাৰৰ লৈকে ৫ টা দিনত ছবিখনৰ মুঠ উপাৰ্জন হৈছেগৈ ১০৯ কোটি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in