শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

হাউছফুল-৪ঃ ১৩ দিনত ১৮১ কোটি…

274

ডিজিটেল ডেস্কঃ আনকেইটা চিৰিজৰ দৰে এইবাৰো হিট হ’ল হাউছফুল-৪। প্ৰথম পৰ্যায়ত ছবিখন উপাৰ্জনৰ ক্ষেত্ৰত কিছু পিছ পৰি আছিল যদিও দ্বিতীয়টো সপ্তাহত ছবিখনক সুন্দৰকৈ আদৰি লয় দৰ্শকে। বিগত ১৩ টা দিনত ছবিখনে মুঠ উপাৰ্জন কৰিছে ১৮১.১১ কোটি টকা। অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

’বক্স অফিচ ইণ্ডিয়া’ৰ অনুসৰি হাইছফুল-৪ দিল্লী, উত্তৰ প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানত দৰ্শকৰ ভাল সহাৰি লাভ কৰিছে ছবিখনে। ইয়াৰ বিপৰীতে মুম্বাই, পুণে আৰু বেংগালুৰুত ছবিখনে আশা কৰা ধৰণে উপাৰ্জন কৰিব নোৱাৰিলে। উল্লেখ্য যে, ছবিখনে মুক্তিৰ প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰিছিল মাত্ৰ ৮ কোটি টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি