শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

ৰাজকন্যা পুৰাণঃ কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰা ভিভাণ্টাই প্ৰশাসনৰ পৰা বিচাৰিছে অতিৰিক্ত সময়…

  • হোটেল ভিভাণ্টালৈ কাৰণ দৰ্শোৱাৰ জাননী কামৰুপ মহানগৰ জিলা প্রশাসনৰ।
  • ১০ অক্টোবৰত হোটেল ভিভাণ্টালৈ জিলা প্ৰাশাসনে প্ৰেৰণ কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী।
  • ২৪ ঘণ্টাৰ ভিতৰত ২ অক্টোবৰ নিশাৰ সমগ্ৰ ঘটনাৰ বিষয়ে কাৰণ দৰ্শোৱাৰ নিৰ্দেশনা প্ৰেৰণ কৰিছিল।
  • ভিভাণ্টা কৰ্তৃপক্ষই অতিৰিক্ত সময় বিচাৰিছে জিলা প্ৰশাসনৰ পৰা।
  • অতিৰিক্ত ৭ দিনৰ সময় বিচাৰিছে ভিভাণ্টাই।
  • উপযুক্ত উত্তৰ নাপালে ভিভাণ্টাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব জিলা প্রশাসনে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি