Published on:
Updated on:
- নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আইনৰ বিৰুদ্ধে সংগ্ৰামৰত ৭০ সংগঠনৰ সৈতে অগপৰ বৈঠক।
- দেওবাৰে নিশা ৯.০০ বজাৰ পৰা হোটেল নন্দনত অনুষ্ঠিত হৈছে এই ৰুদ্ধদ্বাৰ বৈঠক।
- বিধেয়কখন বাতিলৰ দাবীক অধিক শক্তিশালী ৰূপত উত্থাপনৰ বাবে সংকল্পৱদ্ধ হৈছে সকলো।
- যিকোনো প্ৰকাৰে চৰকাৰক এই বিধেয়ক বাতিলৰ বাবে বাধ্য কৰাৰ ৰণকৌশলৰ ওপৰত আলোচনা।
- বৈঠকত অগপ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু শীৰ্ষ নেতা ৰমেন কলিতা, সত্যব্ৰত কলিতায়ো লৈছে অংশ।
- ৭০টা সংগঠনৰ অধিকাংশ নেতাসহ কৃষক নেতা অখিল গগৈ আৰু যুৱ ছাত্ৰ নেতা পলাশ ছাংমায়ো উপস্থিত আছে বৈঠকত।
- কিছু সময় পূৰ্বে মাত্ৰ আৰম্ভ হোৱা বৈঠক নিশা ১০ বজালৈকে চলাৰ সম্ভাৱনা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in