১৮০০ কোটি টকা ব্যয়ৰে ছিকিমত মুকলি হ’ব উত্তৰ-পূৱৰ সৰ্ববৃহৎ চৰকাৰী হাস্পতাল

১৮০০ কোটি টকা ব্যয়ৰে ছিকিমত মুকলি হ’ব উত্তৰ-পূৱৰ সৰ্ববৃহৎ চৰকাৰী হাস্পতাল
  • ছিকিমত সোমবাৰে মুকলি কৰা হ'ব এখন অত্যাধুনিক হাস্পতাল।
  • গেংটকৰ ছিচেইত নিৰ্মাণ কৰা হৈছে হাস্পতালখন।
  • ১০০০ খন বিচনাযুক্ত এই হাস্পতালখনৰ মুকলি কৰিব মুখ্যমন্ত্ৰী পৱন চামলিঙে।
  • হাস্পতালখনৰ নিৰ্মাণত ব্যয় কৰা হৈছিল প্ৰায় ১৮০০ কোটি টকা।
  • উত্তৰ–পূবৰ ভিতৰতে সৰ্ববৃহৎ চৰকাৰী হাস্পতাল হিচাপে পৰিগণত হ'ব এই হাস্পতালখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in