শেহতীয়া খবৰ
ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...

বান্দৰদেৱাত ভয়ংকৰ ঘটনাঃ বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত শিশুৰ দ্বাৰা ড্রাগছ সৰবৰাহ…

  • লখিমপুৰৰ বান্দৰদেৱাত ভয়ংকৰ ঘটনা।
  • বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত শিশুৰ দ্বাৰা ড্রাগছ সৰবৰাহ।
  • তৃতীয় শ্রেণীত অধ্যয়নৰত ৮ বছৰীয়া শিশুৰ পৰা উদ্ধাৰ ড্রাগছ।
  • শিশুটিৰ পৰা ড্রাগছ উদ্ধাৰ বান্দৰদেৱা-বিহপুৰীয়া আৰক্ষীৰ।
  • ঘটনা সন্দৰ্ভত এগৰাকী মহিলাসহ দুই সৰবৰাহকাৰীক আটক।
  • আটক ৰমা গাম আৰু মীনা বৰী নামৰ দুই সৰবৰাহাকীক।
  • জিতেন বিশ্বাস নামৰ এজনৰ ঘৰৰ পৰা জব্দ চীন, ম্যানমাৰৰ মুদ্রা।
  • সৰবৰাহকাৰীৰ পৰা জব্দ ৫ গ্রাম ড্রাগছ।