বান্দৰদেৱাত ভয়ংকৰ ঘটনাঃ বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত শিশুৰ দ্বাৰা ড্রাগছ সৰবৰাহ…

বান্দৰদেৱাত ভয়ংকৰ ঘটনাঃ বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত শিশুৰ দ্বাৰা ড্রাগছ সৰবৰাহ…
  • লখিমপুৰৰ বান্দৰদেৱাত ভয়ংকৰ ঘটনা।
  • বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত শিশুৰ দ্বাৰা ড্রাগছ সৰবৰাহ।
  • তৃতীয় শ্রেণীত অধ্যয়নৰত ৮ বছৰীয়া শিশুৰ পৰা উদ্ধাৰ ড্রাগছ।
  • শিশুটিৰ পৰা ড্রাগছ উদ্ধাৰ বান্দৰদেৱা-বিহপুৰীয়া আৰক্ষীৰ।
  • ঘটনা সন্দৰ্ভত এগৰাকী মহিলাসহ দুই সৰবৰাহকাৰীক আটক।
  • আটক ৰমা গাম আৰু মীনা বৰী নামৰ দুই সৰবৰাহাকীক।
  • জিতেন বিশ্বাস নামৰ এজনৰ ঘৰৰ পৰা জব্দ চীন, ম্যানমাৰৰ মুদ্রা।
  • সৰবৰাহকাৰীৰ পৰা জব্দ ৫ গ্রাম ড্রাগছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in