শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

কমল হাছানৰ আহিবলগীয়া ছবি ’ইণ্ডিয়ান-২’ৰ শ্বুটিংস্থলীত অঘটন, নিহত ২ কৰ্মী…

1,658
  • দক্ষিণৰ চুপাৰষ্টাৰ কমল হাছানৰ আহিবলগীয়া ছবি ’ইণ্ডিয়ান-২’ৰ শ্বুটিংস্থলীত অঘটন।
  • চেন্নাইত ছবিখনৰ শ্বুটিঙৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে সংঘটিত হয় এই অঘটন।
  • শ্বুটিঙৰ বাবে সংস্থাপন কৰা ক্ৰেন খহিঁ পৰি দুজন কৰ্মীৰ মৃত্যু।
  • এই ঘটনাক কমল হাছানে নিজেই ছ’চিয়েল মিডিয়াযোগে ব্যক্ত কৰিছে।
  • তেওঁ টুইটাৰত লিখিছে, এয়া অতি শোকাৱহ ঘটনা।
  • মই মোৰ দুজন সহযোগীক হেৰুৱাইছো।
  • উল্লেখ্য যে, বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।
  • প্ৰাপ্ত খবৰুনৰি, এই ঘটনাত আহত হৈছে ছবিখনৰ পৰিচালকো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি