হংকঙত ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান…

হংকঙত  ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান…

ডিজিটেল ডেস্ক : হংকঙত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা বন্ধ কৰা হৈছে । শেহতীয়াকৈ বিমান যাত্ৰী সমূহৰ ২৩ গৰাকী যাত্ৰীৰ দেহত ধৰা পৰিছিল কোৰোনাৰ অৱস্থিতি । এই যাত্ৰী সমূহৰ ভিতৰত এক তৃতীয়াংশই ভাৰতীয় যাত্ৰী । ১৮ ছেপ্টেবৰত ধৰা পৰিছিল যাত্ৰী সকলৰ দেহত কোৰোনাৰ উপস্থিতি ।

অক্টোবৰৰ ৩ তাৰিখলৈ বন্ধ কৰা হৈছে এই বিমান সেৱা । শেহতীয়া সপ্তাহত ডুবাইতো দুজন ভাৰতীয় যাত্ৰীৰ দেহত কোৰোনাৰ অবস্থিতি ধৰা পৰাৰ পিছতে ১৫ দিনৰ বাবে বন্ধ কৰি দিছিল এয়াৰ ইণ্ডিয়া এস্কপ্ৰেছৰ বিমান সেৱা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in