শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

হংকঙত ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান…

195

ডিজিটেল ডেস্ক : হংকঙত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা বন্ধ কৰা হৈছে । শেহতীয়াকৈ বিমান যাত্ৰী সমূহৰ ২৩ গৰাকী যাত্ৰীৰ দেহত ধৰা পৰিছিল কোৰোনাৰ অৱস্থিতি । এই যাত্ৰী সমূহৰ ভিতৰত এক তৃতীয়াংশই ভাৰতীয় যাত্ৰী । ১৮ ছেপ্টেবৰত ধৰা পৰিছিল যাত্ৰী সকলৰ দেহত কোৰোনাৰ উপস্থিতি ।

অক্টোবৰৰ ৩ তাৰিখলৈ বন্ধ কৰা হৈছে এই বিমান সেৱা । শেহতীয়া সপ্তাহত ডুবাইতো দুজন ভাৰতীয় যাত্ৰীৰ দেহত কোৰোনাৰ অবস্থিতি ধৰা পৰাৰ পিছতে ১৫ দিনৰ বাবে বন্ধ কৰি দিছিল এয়াৰ ইণ্ডিয়া এস্কপ্ৰেছৰ বিমান সেৱা ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি