অসুস্থ প্ৰখ্যাত সংগীতশিল্পী নচিকেতা চক্ৰৱৰ্তী

বিগত বহুদিন ধৰি অসুস্থ হৈ আছিল নচিকেতা চক্ৰৱৰ্তী। অসুস্থতাৰ মাজতো তেওঁ অনুষ্ঠান পৰিৱেশন কৰি আছিল। আজি আছানচলত অনুষ্ঠান আছিল যদিও  সকলো বাতিল কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-07 at 2.26.34 PM

ডিজিটেল ডেস্কঃ  হঠাৎ অসুস্থ হৈ পৰে প্ৰখ্যাত সংগীতশিল্পী নচিকেতা চক্ৰৱৰ্তী। অসুস্থ হৈ পৰাৰ পাছতে সকলো অনুষ্ঠান বাতিল কৰা হয়। ইপিনে সংগীত শিল্পীগৰাকীক হৃদৰোগৰ সমস্যা হোৱাত  হাস্পতালত ভৰ্তি কৰোৱা হয় । 

Singer Nachiketa Chakraborty dgtls ...

উল্লেখ্য যে,  বিগত বহুদিন ধৰি অসুস্থ হৈ আছিল নচিকেতা চক্ৰৱৰ্তী। অসুস্থতাৰ মাজতো তেওঁ অনুষ্ঠান পৰিৱেশন কৰি আছিল। ইপিনে আজি আছানচলত অনুষ্ঠান আছিল যদিও  সকলো বাতিল কৰা হৈছে। 

Nachiketa Chakraborty: হাসপাতালে ভর্তি নচিকেতা, কেমন আছেন গায়ক?

তাৰোপৰি, ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ অসুস্থতাৰ বাতৰি সামাজিক মাধ্যমত বহুলবাৱে চৰ্চিত হৈ পৰিছিল। ইপিনে পুনৰ অসুস্থ হোৱাৰ খবৰ লাভ কৰাত পৰিয়ালৰ লোকে  জনাই যে, নাচিকেতাৰ ছাৰ্ভাইকেল স্পণ্ডাইলাইটিছ হৈছে। যি শীতকালত বেছিকৈ হয়।  যিহেতু তেওঁ শীতকালত বহুত অনুষ্ঠান  কৰে যাৰ বাবে তেওঁৰ শাৰীৰিক সমস্যা অধিক হৈ পৰিছে। ডক্তৰৰ পৰামৰ্শ মতে এতিয়া অনুষ্ঠান সমূহৰ পৰা কিছু বিৰত থাকিব লাগিব সংগীতশিল্পীগৰাকী।

নচিকেতা চক্ৰৱৰ্তী