কোকৰাঝাৰ বডোফা হাউচত এবছুৰ সংবাদমেল…

কোকৰাঝাৰ বডোফা হাউচত এবছুৰ সংবাদমেল…

  • কোকৰাঝাৰ বডোফা হাউচত এবছুৰ সংবাদমেল ।
  • ভাষা বিতৰ্কক লৈ সংবাদমেল ।
  • সংবাদমেলত সম্বোধন এবছুৰ সভাপতি দ্বীপেন বড়োৰ ।
  • বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীক বঞ্চনাৰ অভিযোগ এবছুৰ ।
  • অসম চৰকাৰৰ Four language policyৰ পৰিবৰ্তে three language policyৰ পোষকতা এবছুৰ ।
  • ন্যায়িক সেৱা , অসম পুলিচ , স্নাতকত্তোৰ টেট , নিপুন ভাৰত আদিত বড়ো মাধ্যমৰ পৰীক্ষাৰ্থীক বঞ্চনাৰ অভিযোগ এবছুৰ ।
  • অসম লোকসেৱা আয়োগত কোৱালিফাইং পেপাৰ বাহাল ৰখাৰ দাবী এবছুৰ ।
  • এবিবিএছত অনুসূচিত জনজাতিৰ ভূৱা প্ৰমানপত্ৰ লৈ নামভৰ্তি কৰা ছাত্ৰ -ছাত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু তদন্তৰ দাবী এবছুৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in