জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, বন্ধ ইন্টাৰনেট সেৱা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হয় সংঘৰ্ষ। ৰাজ্যখনৰ বাৰামুল্লা জিলাৰ ছপৰাৰ অন্তৰ্গত ব্ৰাথ কলন গাঁৱত সংঘটিত হয় দুই পক্ষৰ মাজত সংঘৰ্ষ।

এটা বাসগৃহত নিৰাপত্তাৰক্ষীয়ে দুটা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা বুলিও সন্দেহ প্ৰকাশ কৰে। ইফালে, অঞ্চলটোত ম'বাইল ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in