New Update
/asomiyapratidin/media/media_files/2025/12/09/image-11-2025-12-09-11-01-19.png)
- ৰূপাই চাইডিঙত ৰে'ল বিভাগে চলাব উচ্ছেদ অভিযান
- ৰে'ল আলিৰ কাষত থকা দোকান, বাসগৃহলৈ জাননী জাৰি কৰা হৈছে
- ৰে'ল আলিৰ কাষতে বহু বছৰ ধৰি বাস কৰি আছে কেইবাটাও পৰিয়ালে
- জাননীযোগে ১৫দিনৰ ভিতৰত দখলীকৃত ভূমি এৰিবলৈ আহ্বান
- তিনিচুকীয়া, মাকুম, ডুমডুমাত উচ্ছেদ নচলাই ৰূপাই চাইডিঙত জাননী দিয়াত ক্ষোভ ৰাইজৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us