কভাক্সিন আৰু  কভিশ্বিল্ডৰ মিশ্ৰিত পালিৰ বাবে ভাৰতত হ’ব পৰীক্ষণ…

কভাক্সিন আৰু  কভিশ্বিল্ডৰ মিশ্ৰিত পালিৰ বাবে  ভাৰতত হ’ব পৰীক্ষণ…
  • অতি শীঘ্ৰে কভাক্সিন আৰু  কভিশ্বিল্ডৰ মিশ্ৰিত পালি লাভ কৰাৰ সম্ভাৱনা।
  • এই অধ্যয়নৰ বাবে অনুমোদন প্ৰদান কৰিছে CDSCOৰ বিশেষজ্ঞ সমিতিয়ে।
  • ভেলোৰৰ খ্ৰীষ্টান চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিছে এই অধ্যয়নৰ অনুমোদন । 
  • বিশেষজ্ঞ সকলৰ মতে এই  অধ্যয়ন প্ৰক্ৰিয়াটো ৩ মাহত সম্পূৰ্ৰ্ণ হ'ব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in