আমেৰিকাত কোৰোনাৰ বিধ্বংসী ৰূপ, মৃতকৰ সংখ্যাই অচিৰেই চেৰ পেলাব ইটালীক…সবিশেষ তথ্য

আমেৰিকাত কোৰোনাৰ বিধ্বংসী ৰূপ, মৃতকৰ সংখ্যাই অচিৰেই চেৰ পেলাব ইটালীক…সবিশেষ তথ্য

সময়ঃ ১১ এপ্ৰিল পুৱা ১০.৩০ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৬৯৯,৬৩৫

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ১০২,৭৩৪

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত ১৮,৮৪ জন

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ৪৮৯,২৬৮

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ১৮,৭৪৭জন।
  • স্পেইনঃ ১৬,০৮১জন।
  • ইটালীঃ ১৮,৮৪৯জন।
  • ফ্ৰান্সঃ ১৩,১৯৭জন।
  • চীনঃ ৩,৩৩৯জন।
  • ইৰাণঃ ৪,২৩২জন।
  • ইংলেণ্ডঃ ৮,৯৫৮ জন।
  • বাংলাদেশঃ ২৭ জন।
  • পাকিস্তানঃ ৬৬জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ৯৪জন।
  • গ্ৰীচঃ ৯২জন।
  • জাপানঃ ৯৯ জন।
  • ভাৰতঃ ২৪৯ জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ৭,৬১৮ জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ২৪৯জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ২৯
  • মহাৰাষ্ট্ৰঃ ১,৫৭৪
  • তামিলনাডুঃ ৯১১
  • দিল্লীঃ ৯০৩
  • তেলেংগানাঃ ৪৮৭
  • ৰাজস্থানঃ ৫৭৯
  • উত্তৰপ্ৰদেশঃ ৪৩৩
  • কেৰালাঃ ৩৬৪
  • অন্ধ্ৰপ্ৰদেশঃ ৩৮১
  • মধ্যপ্ৰদেশঃ ৪৫১
  • গুজৰাটঃ ৩৭৮
  • কৰ্ণাটকঃ ২০৭
  • হাৰিয়ানাঃ ১৭৬
  • জম্মু-কাশ্মীৰঃ ২০৭
  • পঞ্জাৱঃ ১৫১
  • পশ্চিমবংগঃ ১১৬
  • বিহাৰঃ ৬০
  • উত্তৰাখণ্ডঃ ৩৫
  • চণ্ডীগড়ঃ ১৯
  • লাডাখঃ ১৫
  • আন্দামান আৰু নিকোবৰঃ ১১
  • চত্তীশগড়ঃ ১৮
  • গোৱাঃ ৭
  • ঝাৰখণ্ডঃ ১৪
  • ত্ৰিপুৰাঃ ২
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • মিজোৰামঃ ১

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in