বৰদিনৰ পূৰ্বে ১৬০ বছৰীয়া গীৰ্জা দুৰ্বৃত্তই কৰিলে ধ্বংস…

বৰদিনৰ পূৰ্বে ১৬০ বছৰীয়া গীৰ্জা দুৰ্বৃত্তই কৰিলে ধ্বংস…

ডিজিটেল ডেস্কঃ বৰদিনৰ পূৰ্বেই সংঘটিত হ'ল অঘটন। দুৰ্বৃত্তই ধ্বংস কৰিলে এটা প্ৰাচীন গীৰ্জা। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকত। ৰাজ্যখনৰ চিক্কবাল্লাপুৰৰ এই প্ৰাচীন গীৰ্জা ধ্বংস কৰাৰ সন্দৰ্ভত অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে।

দুৰ্বৃত্তই ধ্বংস কৰা গীৰ্জাটো ১৬০ বছৰ পুৃৰণি। কিছুদিন পূৰ্বে কোলাৰত খ্ৰীষ্টান ধৰ্মীয় কিতাপসমূহ জুই লগাই দিয়া হৈছিল। দুৰ্বৃত্তই সেই কিতাপসমূহ জুই লগাই দিয়াৰ চাঞ্চল্যক সৃষ্টি হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in