শেষবাৰৰ বাবে পৰেশ বৰুৱাৰ সৈতে কি কথা পাতিছিল হোমেন বৰগোহাঁঞিয়ে…

শেষবাৰৰ বাবে পৰেশ বৰুৱাৰ সৈতে কি কথা পাতিছিল হোমেন বৰগোহাঁঞিয়ে…
  • শেষবাৰৰ বাবে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে কথা পাতিছিল বিশিষ্ট চিন্তাবিদ হোমেন বৰগোহাঁঞিয়ে।
  • মঙলবাৰে নিশা কেইবাগৰাকীও গুণমুগ্ধৰ সৈতে ফোনযোগে কথা পাতিছিল তেওঁ।
  • আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক জনাইছিল তেওঁৰ অসুস্থতাৰ কথা।
  • কৈছিল- মই কেতিয়া গুঁচি যাম ঠিক নাই।
  • সংবাদমাধ্যমক এই কথা জনালে পৰেশ বৰুৱাই।
  • তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিল পৰেশ বৰুৱাই।
  • পুৱা ৬.২৫বজাত তেওঁক ভৰ্তি কৰা হৈছিল GNRC হাস্পতালত।
  • নোমল বৰাকে ধৰি কেইবাগৰাকীও চিকিতসকে তেওঁৰ চিকিতসা কৰিছিল।
  • পুৱা ৬.৫৮বজাত তেওঁক মৃত ঘোষণা কৰা হয়।
  • বিশিষ্ট চিন্তাবিদগৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ আলফা স্বাধীনৰ।
  • মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো শোকপ্ৰকাশ।
  • GNRC চৌহদত গুণমুগ্ধৰ কান্দোনৰ ৰোল।
  • জন্মস্থান ঢকুৱাখানাতো শোকৰ লহৰ।
  • কোভিডত আক্ৰান্ত হৈ ঘৰলৈ উভতিছিল কিছুদিনৰ পূৰ্বে তেওঁ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in