খবৰ পজিটিভ, হোমেন বৰগোঁহাঞিৰ শ্বাব টেষ্ট নিগেটিভ…

খবৰ পজিটিভ, হোমেন বৰগোঁহাঞিৰ শ্বাব টেষ্ট নিগেটিভ…

ডিজিটেল ডেস্কঃ অৱশেষত আহিল এটা ভাল খবৰ। হোম কোৱাৰেন্টাইনত থকা বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাঞিৰ শ্বাব টেষ্টৰ ফলাফল আহিল নিগেটিভ। উল্লেখ্য যে, কোভিড সদৃশ লক্ষণ দেখা পোৱাৰ পাছতেই বিশিষ্ট কথা সাহিত্যিকগৰাকীক হোম কোৱাৰেন্টাইন কৰাৰ লগতে তেওঁৰ শ্বাব টেষ্ট কৰা হৈছিল।

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত থকা গৃহ নিৰ্মাণ পৰিষদৰ আবাসী কলনীত হোম কোৱাৰেন্টাইন হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in