শেহতীয়া খবৰ
পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...

খবৰ পজিটিভ, হোমেন বৰগোঁহাঞিৰ শ্বাব টেষ্ট নিগেটিভ…

739

ডিজিটেল ডেস্কঃ অৱশেষত আহিল এটা ভাল খবৰ। হোম কোৱাৰেন্টাইনত থকা বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাঞিৰ শ্বাব টেষ্টৰ ফলাফল আহিল নিগেটিভ। উল্লেখ্য যে, কোভিড সদৃশ লক্ষণ দেখা পোৱাৰ পাছতেই বিশিষ্ট কথা সাহিত্যিকগৰাকীক হোম কোৱাৰেন্টাইন কৰাৰ লগতে তেওঁৰ শ্বাব টেষ্ট কৰা হৈছিল।

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত থকা গৃহ নিৰ্মাণ পৰিষদৰ আবাসী কলনীত হোম কোৱাৰেন্টাইন হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি