কোভিডৰ পৰীক্ষা নিগেটিভ হ’লে ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব হোমেন বৰগোহাঁঞিৰ…

কোভিডৰ পৰীক্ষা নিগেটিভ হ’লে ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব হোমেন বৰগোহাঁঞিৰ…
  • ১১বজাৰ পিছত আহিব প্ৰয়াত হোমেন বৰগোহাঁঞিৰ কোভিড ৰিজাল্ট।
  • কোভিডৰ পৰীক্ষা নিগেটিভ হ'লে ৰাষ্ট্ৰীয় মৰ্যদাৰে কৰা হব শেষকৃত্য।
  • নৱগ্ৰহ শশ্মানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হব।
  • ইফালে GNRCৰ চৌহদত অসংখ্য গুণমুগ্ধৰ ভিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in