শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

আত্মসমৰ্পণৰ বাবে আগবাঢ়িছে এনএলএফবিৰ কেডাৰসকল, চাওঁক VIDEO…

  • কিছু সময়ৰ পাছত আত্মসমৰ্পণ কৰিব এনএলএফবিৰ শীৰ্ষ কেডাৰসকলে।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে টুইটাৰত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’।
  • এই ভিডিঅ’ত পাহাৰ মাজেৰে আত্মসমৰ্পণৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে কেডাৰ সকল।
  • ইফালে, টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে-
  • ‘এনএলএফবি কেডাৰসকলে মূল সুঁতিলৈ ঘূৰি অহাৰ লগে লগে বিটিআৰত শান্তি আৰম্ভ হৈছে।’
  • ‘এখন শান্তিপূৰ্ণ অসমৰ দিশে আগবাঢ়িছে।’
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি