আত্মসমৰ্পণৰ বাবে আগবাঢ়িছে এনএলএফবিৰ কেডাৰসকল, চাওঁক VIDEO…

আত্মসমৰ্পণৰ বাবে আগবাঢ়িছে এনএলএফবিৰ কেডাৰসকল, চাওঁক VIDEO…
  • কিছু সময়ৰ পাছত আত্মসমৰ্পণ কৰিব এনএলএফবিৰ শীৰ্ষ কেডাৰসকলে।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে টুইটাৰত শ্বেয়াৰ কৰিছে এটা ভিডিঅ'।
  • এই ভিডিঅ'ত পাহাৰ মাজেৰে আত্মসমৰ্পণৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে কেডাৰ সকল।
  • ইফালে, টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে-
  • 'এনএলএফবি কেডাৰসকলে মূল সুঁতিলৈ ঘূৰি অহাৰ লগে লগে বিটিআৰত শান্তি আৰম্ভ হৈছে।'
  • 'এখন শান্তিপূৰ্ণ অসমৰ দিশে আগবাঢ়িছে।'
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in