পশ্চিমবংগ বিধানসভা নিৰ্বাচৰ ইস্তাহাৰ মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

পশ্চিমবংগ বিধানসভা নিৰ্বাচৰ ইস্তাহাৰ মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰিলে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ ।
  • বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিলে সোনাৰ বাংলাৰ প্ৰতিশ্ৰুতি ।
  • পশ্চিমবংগত বিজেপিৰ চৰকাৰ হ'লে ছাত্ৰীক কেজিৰ পৰা স্নাতকোত্তৰ বিনামূলীয়া শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি ।
  • মহিলাৰ বাবে চৰকাৰী চাকৰিত ৩৩ শতাংশ সংৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ ।
  • পশ্চিমবংগৰ সীমা সমস্যা সমাধান কৰাৰো প্ৰতিশ্ৰুতি মন্ত্ৰী গৰাকীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in