কোনে হত্যা কৰিলে মহানগৰীৰ লংকেশ্বৰত গৃহৰক্ষী জোৱানক…

কোনে হত্যা কৰিলে মহানগৰীৰ লংকেশ্বৰত গৃহৰক্ষী জোৱানক…
  • মহানগৰীৰ লংকেশ্বৰত সোমবাৰে সংঘটিত হয় এক অঘটন।
  • এজন গৃহৰক্ষী জোৱানৰ মৃত্যৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ।
  • কোৱাৰ্টাৰত মৃতদেহ উদ্ধাৰ হৈছে জোৱানজনৰ।
  • এপিআৰঅ'ৰ ৰেপিটাৰ ষ্টেচনৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছে এই মৃতদেহ।
  • লংকেশ্বৰ মন্দিৰৰ সমীপত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।
  • মৃত জোৱানজন পাঠশালাৰ দীপক দাস বুলি চিনাক্ত।
  • জালুকবাৰী থানাত কৰ্মৰত আছিল তেওঁ।
  • ২৮ জানুৱাৰীৰ পৰা জোৱানজন কৰ্মৰত আছিল জালুকবাৰী থানাত।
  • জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in