শেহতীয়া খবৰ
অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে অসমৰ শিল্পীৰ সা-সামগ্ৰীৰ লগতে বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO  •  ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি...  •  আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়...  •  ‘আমাৰ যুদ্ধ কাশ্মীৰৰ বাবে, কাশ্মীৰ বিৰুদ্ধে নহয়...’

কোনে হত্যা কৰিলে মহানগৰীৰ লংকেশ্বৰত গৃহৰক্ষী জোৱানক…

314
  • মহানগৰীৰ লংকেশ্বৰত সোমবাৰে সংঘটিত হয় এক অঘটন।
  • এজন গৃহৰক্ষী জোৱানৰ মৃত্যৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ।
  • কোৱাৰ্টাৰত মৃতদেহ উদ্ধাৰ হৈছে জোৱানজনৰ।
  • এপিআৰঅ’ৰ ৰেপিটাৰ ষ্টেচনৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছে এই মৃতদেহ।
  • লংকেশ্বৰ মন্দিৰৰ সমীপত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।
  • মৃত জোৱানজন পাঠশালাৰ দীপক দাস বুলি চিনাক্ত।
  • জালুকবাৰী থানাত কৰ্মৰত আছিল তেওঁ।
  • ২৮ জানুৱাৰীৰ পৰা জোৱানজন কৰ্মৰত আছিল জালুকবাৰী থানাত।
  • জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি