ৰে’ল যাত্ৰীৰ মোবাইল কাঢ়ি আৰক্ষীৰ জালত চোৰ…

ৰে’ল যাত্ৰীৰ মোবাইল কাঢ়ি আৰক্ষীৰ জালত চোৰ…

ডিজিটেল সংবাদ, হোজাইঃ সাৱধান ৰেল যাত্ৰী। হোজাই ৰেল ষ্টেচনত পিয়াপি দি ফুৰিছে চিলনী চোৰ।।মুহূৰ্তৰ ভিতৰত আপোনাৰ মূল্যবান সামগ্ৰী থপিয়াই পলাব এই চিলনী চোৰে।হোজাই ৰেল ষ্টেচনত যাত্ৰীৰ মোবাইল থপিয়াই পলাওঁতেই আৰক্ষীৰ জালত পৰে এটা চিলনী চোৰ।

ধৃত গভাইত চোৰটো বৰপেটাৰ ছুবেট আলী বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগতে তেওঁৰ জিম্মাৰ পৰা এটা চুৰি মোবাইল উদ্ধাৰ কৰে।সম্প্ৰতি ৰেল আৰক্ষীৰ জিম্মাত থকা ধৃত চুৰটোক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in