জঘন্য কাণ্ডঃ হোজাইত ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা…

জঘন্য কাণ্ডঃ হোজাইত ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা…
  • পুৱতি নিশা হোজাইত সংঘঠিত হৈছে জঘন্য হত্যা কাণ্ড।
  • বৰহুলা গাঁওৰ ৭ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা।
  • ঘটনা সন্দৰ্ভত আটক একে গাঁওৰে জয়প্ৰকাশ কালাৰ ওৰফে মুন্না নামৰ এজন ৩০ বছৰীয়া যুৱকক ।
  • নিশা মোমায়েকৰ বিয়া ঘৰৰ পৰা নাইকিয়া হৈছিল ৭ বছৰীয়া কিশোৰী গৰাকী।
  • পুৱা গাঁওৰ পাছফালে পথাৰৰ মাজত অৰ্দ্ধ উলংগ, তেজেৰে লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ মৃতদেহ।
  • ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
  • যোগীজান অঞ্চলত ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য।
  • হত্যাকাৰী ফাঁচী দাবী স্থানীয় লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in