শেহতীয়া খবৰ
বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...

জঘন্য কাণ্ডঃ হোজাইত ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা…

782
  • পুৱতি নিশা হোজাইত সংঘঠিত হৈছে জঘন্য হত্যা কাণ্ড।
  • বৰহুলা গাঁওৰ ৭ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা।
  • ঘটনা সন্দৰ্ভত আটক একে গাঁওৰে জয়প্ৰকাশ কালাৰ ওৰফে মুন্না নামৰ এজন ৩০ বছৰীয়া যুৱকক ।
  • নিশা মোমায়েকৰ বিয়া ঘৰৰ পৰা নাইকিয়া হৈছিল ৭ বছৰীয়া কিশোৰী গৰাকী।
  • পুৱা গাঁওৰ পাছফালে পথাৰৰ মাজত অৰ্দ্ধ উলংগ, তেজেৰে লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ মৃতদেহ।
  • ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
  • যোগীজান অঞ্চলত ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য।
  • হত্যাকাৰী ফাঁচী দাবী স্থানীয় লোকৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি