হোজাইত নৃশংস হত্যাকাণ্ড

হোজাইত নৃশংস হত্যাকাণ্ড

  • হোজাইৰ ২নং কানাবলী টোপ গাঁৱত ৰূপসিং হালোৱা নামৰ লোকজনৰ আক্ৰমণত নিহত এজন যুৱক।
  • নিহত যুৱকজনৰ নাম জগদীশ হালোৱা ।
  • কাজিয়াৰ সূত্ৰপাতৰ ফলতে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডৰ ঘটনা।
  • আৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰী ৰূপসিং হালোৱাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in