হোজাইত চাঞ্চল্যকৰ ঘটনা! এজন ব্যৱসায়ীক হানি-শুচি হত্যা…

হোজাইত চাঞ্চল্যকৰ ঘটনা! এজন ব্যৱসায়ীক হানি-শুচি হত্যা…
  • হোজাইৰ দেৱস্থানত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড৷
  • মাধব মালাকাৰ নামৰ এজন ব্যৱসায়ীক হানি-শুচি হত্যা।
  • ব্যৱসায়ীজনক নিজ দোকানৰ ভিতৰতে হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই৷
  • নিহত ব্যৱসায়ীজনৰ ঘৰ কাৰ্বিআংলঙৰ হাওঁৰাঘাটৰ ৩ নং ৱাৰ্ডত৷
  • ঘটনাস্থলিত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷
  • বৰ্তমানলৈ এই হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in