হোজাইৰ বৰবহাত বিধ্বংসী অগ্নিকাণ্ড

হোজাইৰ বৰবহাত বিধ্বংসী অগ্নিকাণ্ড
  • হোজাইৰ বৰবহাত বিধ্বংসী অগ্নিকাণ্ড।
  • জুইত সম্পূৰ্ণ ৰূপে ভস্মীভূত ১৪খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।
  • নিশা প্ৰায় ১ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত।
  • বিধ্বংসী জুইত ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী বিনষ্ট।
  • অগ্নিনিৰ্বাপকৰ ৫ খন বাহনেৰে জুই নিৰ্বাপনৰ প্ৰচেষ্টা চলাই যদিও সম্পূৰ্ণৰূপে ভস্মীভূত হয় প্ৰতিষ্ঠানকেইখন।
  • দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ ব্যৱসায়িক প্ৰতিষ্ঠান কেইটাৰ মালিকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in