হোজাইত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

হোজাইত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
  • ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত।
  • হোজাই জিলাৰ লংকাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ।
  • ঘৰৰ সমীপতে ৰৈ থকাৰ সময়তে লোকজনক আক্ৰমণ কৰে হাতীয়ে।
  • লংকাৰ ২নং পিপলপুখুৰী উদয়পুৰত সংঘটিত হয় এই ঘটনা।
  • বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকজনৰ নাম যতীন শইকীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in