হোজাইত গৰাকীবিহীন এল্ট’ উদ্ধাৰ

হোজাইত গৰাকীবিহীন এল্ট’ উদ্ধাৰ
  • হোজাইত বৃহস্পতিবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে এখন এল্ট'।
  • মোৰাঝাৰৰ ৰহমত নগৰত উদ্ধাৰ এল্ট'খন।
  • নিশাৰে পৰা ৰখাই থোৱা আছিল গৰাকীবিহীন এল্ট'খন।
  • আৰক্ষীয়ে উদ্ধাৰ কৰা বাহনখনৰ নম্বৰ এএছ-০২ইউ-৫৭১৯।
  • ঘটনাক কেন্দ্ৰ কৰি চৌধুৰী বজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।‍

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in