শেহতীয়া খবৰ
আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি...  •  শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি...  •  চিবিআইৰ সঞ্চালক এম নাগেশ্বৰ ৰাওৰ পদোন্নতি  •  সোণতলীত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস  •  'মেকফি নব'ৰ দৰে বঙাইগাঁৱতো আছে নাককাটি পাহাৰ, পৰ্যটক নাহে, যায় উদণ্ড ল'ৰা, VIDEO  •  আঢ়ৈ লাখ টকীয়া চাকৰি এৰি চুৰিত ধৰা এজন বিলাসী চোৰ  •  সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ বাক্সা জিলা সমিতি গঠন

হোজাইত পথ দুৰ্ঘটনাত নিহত ২, আহত ৩

97
  • হোজাইৰ ২নং কাকীত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত নিহত দুজন লোক।
  • দুখন বাইকৰ সংঘৰ্ষৰ ফলত দুজন আৰোহীৰ মৃত্যু।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন তিনিজন লোক।
  • নিহত বাইক আৰোহী দুজনৰ নাম বলিন্দ দাস আৰু উত্পল ডেকা।
  • আহত তিনিওজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি