হোজাইত পথ দুৰ্ঘটনাত নিহত ২, আহত ৩

হোজাইত পথ দুৰ্ঘটনাত নিহত ২, আহত ৩
  • হোজাইৰ ২নং কাকীত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত নিহত দুজন লোক।
  • দুখন বাইকৰ সংঘৰ্ষৰ ফলত দুজন আৰোহীৰ মৃত্যু।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন তিনিজন লোক।
  • নিহত বাইক আৰোহী দুজনৰ নাম বলিন্দ দাস আৰু উত্পল ডেকা।
  • আহত তিনিওজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in