শেহতীয়া খবৰ
কোকৰাঝাৰত অস্ত্ৰসহ এন ডি এফ বি কেডাৰ গ্ৰেপ্তাৰ... VIDEO  •  টিহুত বানত মৃত্যু যুৱকৰ…  •  ২০ জুলাইত ওদালগুৰি আছুৱে সম্বৰ্ধনা জনাব ২১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক  •  ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ  •  মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড  •  ওদালগুৰি জিলাত জাপানী এনকেফেলাইটিছৰ আতংকঃ ৩ জনৰ মৃত্যু, ৩২ গৰাকী সন্দেহজনক ৰোগী চিনাক্ত  •  ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...  •  বাহনসহ নৈত বাগৰি পৰিল এটা পৰিয়াল, কথমপি বাচিল প্ৰাণ  •  ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু...

হোজাইত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ তলত সোমাল অটো, নিহত ৩

146
  • হোজাইৰ নীলবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • মোবাৰকবস্তিত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • ৰৈ থকা ট্ৰাকৰ তলত সোমাল এখন অটো।
  • নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ তলত অটো সোমোৱাৰ বাবে প্ৰাণ গ’ল ৩জন লোকৰ।
  • ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • নিহত এগৰাকী মহিলাক চিনাক্ত।
  • মহিলাগৰাকীৰ নাম চালেহা বেগম।
  • ডবকাত ঘৰ মহিলাগৰাকীৰ।
  • ইফালে জানিব পৰা হোৱা নাই বাকী দুজন নিহতৰ পৰিচয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি