হোজাইত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ তলত সোমাল অটো, নিহত ৩

হোজাইত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ তলত সোমাল অটো, নিহত ৩
  • হোজাইৰ নীলবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • মোবাৰকবস্তিত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • ৰৈ থকা ট্ৰাকৰ তলত সোমাল এখন অটো।
  • নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ তলত অটো সোমোৱাৰ বাবে প্ৰাণ গ'ল ৩জন লোকৰ।
  • ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • নিহত এগৰাকী মহিলাক চিনাক্ত।
  • মহিলাগৰাকীৰ নাম চালেহা বেগম।
  • ডবকাত ঘৰ মহিলাগৰাকীৰ।
  • ইফালে জানিব পৰা হোৱা নাই বাকী দুজন নিহতৰ পৰিচয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in